Showing posts with label 252.We mature more with damage. Show all posts
Showing posts with label 252.We mature more with damage. Show all posts

Saturday, January 28, 2023

We mature more with damage,not with age..! আমি ক্ষতিৰ জৰিয়তে অধিক পৰিপক্ক হওঁ, বয়সৰ জৰিয়তে নহয়..!!

We mature more with damage,not with age..! আমি ক্ষতিৰ জৰিয়তে অধিক পৰিপক্ক হওঁ, বয়সৰ জৰিয়তে নহয়..!!

🙏 ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী গৰাকীৰ নাম কি ?
🌷 জৱাহৰলাল 
🌷 নৰেন্দ্ৰ মোদী
🌷 মহাত্মা গান্ধী  
🌷 অটল বিহাৰী বাজপেয়ী 

🙏🌹কোনজন ব্যক্তিয়ে 'অহিসাই পৰম ধৰ্ম' বুলি কৈছিল ?
 🌻 সৰ্বপল্লীয়ে 
 🌻জৱাহৰলালে 
 🌻মহাত্মা গান্ধী 
 🌻সুভাষচন্দ্ৰই 

🙏 ভাৰতৰ কোনজন বিজ্ঞানীয়ে পৰমাণু বোমা নিৰ্মাণত মুখ্য অৱদান আগবঢ়াইছিল ?
🌷 জিতেন্দ্ৰনাথ 
🌷 আব্দুল কালাম 
🌷 আৰ্যভট্ট
🌷 চন্দ্ৰশেখৰ 

👉 কোনজন বিজ্ঞানীৰ নামত 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উদযাপন কৰা হয় ? 
🌺 আৰ্যভট্ট
🌺 চন্দ্ৰশেখৰ 
🌺জাহাংগীৰ ভাবা 
🌺 আইনষ্টাইন

🌹ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয়(Dibru-Saikhowa national park) উদ্যান কিহৰ বাবে বিখ্যাত ?
🌴 বগা ঘোঁৰা 
🌴 হাতী 
🌴 বৰটোকোলা 
🌴 ৰাজহাঁহ 

 💐👉বৰ সাপ যায় চিন-চাপ নাই, কি বস্তু তুৰন্তে কোৱাচোন ভাই ? 
 🌷ঢোঁৰাসাপ 
 🌷 চাইকেল 
 🌷নাও 
 🌷উৰাজাহাজ 

👉🌹🌹🌹 পাঠান বোলছবি খনৰ মূখ্য অভিনেত্ৰী গৰাকীৰ নাম কি ? 
🌷 প্ৰিয়ংকা
🌷 দীপিকা 
🌷একতা কৌল 
🌷ডিম্পল কাপড়িয়া

💐 ভাৰতৰ কোন ঠাইত 'LOTUS TEMPLE ' অৱস্থিত ?
🌻 কলকাতা 
🌻 নতুন দিল্লী 
🌻 আগ্ৰা 
🌻 পঞ্জাব

👉🌺🌺 ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰি কৰা আন্দোলনক কি নামেৰে জনা যায় ?
🌷 পথৰুঘাটৰ ৰণ 
🌷 শৰাইঘাটৰ ৰণ
🌷আইন অমান্য আন্দোলন 
🌷এটাও নহয় 

👉🌷🌷 কি মাছ আছে কিন্তু খাব নোৱাৰি ?
🌹বৰলিয়া 
🌹ৰৌ 
🌹 ভকুৱা 
🌹বদমাছ 

🌴🔥 কি প্ৰাণীয়ে মুখেৰে পোৱালি জগায় ?
👩‍🌾 হৰিণা 
👩‍🌾 ঘৰিয়াল 
👩‍🌾 বাদুলি 
👩‍🌾 বগলী 

🌻🌻👉  'হোৱাইট হাউচ' কোন দেশৰ সংসদৰ নাম ?
🥀 জাপানৰ 
🥀 আমেৰিকাৰ 
🥀 পাকিস্তানৰ 
🥀 নেদাৰলেণ্ডৰ 

🔥👉 গোলাপী নগৰ বা Pink city বুলিলে কোনখন ঠাইৰ কথা জনা যায় ?
🌹 নতুন দিল্লী 
🌹 জয়পুৰ 
🌹 বাংগালোৰ
🌹 চেন্নাই 

🥀👉 পাঠান বোলছবি খনৰ মুঠ বাজেট কিমান আছিল ?
👸 ২.৫ বিলিয়ন 
👸 ৩.৫ বিলিয়ন 
👸 ২.৩ বিলিয়ন 
👸 ৩.৩ বিলিয়ন 

💐💐👉 পৃথিৱীত মুঠ কিমান খন দেশ আছে ?
🌹১৯৩ খন 
🌹১৯৪ খন 
🌹১৯৫ খন
🌹১৯৬ খন 

👉🌾 এছিয়া মহাদেশত মুঠ কিমান খন দেশ আছে ?
🌷৪৭ খন 
🌷৪৮ খন
🌷৪৯ খন 
🌷৫০ খন 

🌹👉 ভাৰতত মুঠ কিমান খন জিলা আছে ?
🥀৬৪০ খন 
🥀৬৪১ খন 
🥀৬৪২ খন 
🥀৬৪৩ খন 

👩‍🌾👩‍🌾👉 কলাসোণ কাক কোৱা হয় ?
🌹 কয়লা 
🌹 পেট্ৰল 
🌹 কেৰাচিন 
🌹 ডিজেল 


কুইজৰ উত্তৰ একাদিক্ৰমে:
১🌹 জৱাহৰলাল নেহৰু 
২🌹 মহাত্মা গান্ধী 
৩🌹এ পি জে আব্দুল কালাম।
৪🌹 চন্দ্ৰশেখৰ ভেংকট ৰমণ।
৫🌹বগা ঘোঁৰা 
৬🌹নাও 
৭🌹 দীপিকা পাডুকন 
৮🌹 নতুন দিল্লী 
৯🌹 পথৰুঘাটৰ ৰণ 
১০🌹 বদমাছ 
১১🌹 বাদুলী 
১২🌹 আমেৰিকাৰ 
১৩🌹 জয়পুৰ 
১৪🌹২.৫ বিলিয়ন 
১৫🌹১৯৫ খন 
১৬🌹৪৮ খন 
১৭🌹৬৪০ খন 
১৮🌹 কয়লা 

👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾👩‍🌾
পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক:  দুদুল সোণোৱাল।

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts