সাম্প্ৰতিক ক্ষণত শিক্ষাব্যৱস্হাৰ উত্তৰণত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ কৰণীয় দায়িত্ব অপৰিসীম | শিক্ষানুষ্ঠানৰ এই তিনিকোনীয়া তৰপত সুন্দৰ সম্পৰ্কই ইয়াৰ উত্তৰণৰ ঘাই চাবিকাঠি | সে়য়ে বিদ্যালয় এখনৰ প্ৰধান বা শিক্ষকবৃন্দই বিষয়টোৰ ওপৰত দায়িত্ব আৰোপ কৰা প্ৰয়োজন| শিক্ষকসকল হ'ল ছাত্ৰ-ছাত্ৰীৰ পথপ্ৰদৰ্শক ব্যক্তি আৰু পৰামৰ্শদাতা | মাৰ্জিত সাজ-পোছাকৰ লগতে আচাৰ-আচৰণ, মাৰ্জিত ব্যৱহাৰ, খোজ-কাটল, কথা-বাৰ্তা আদিৰ ক্ষেত্ৰত শিক্ষকসকল সদাসচেতন হোৱাটো একান্তই বান্চনীয়| বিদ্যালয়ৰ পৰিৱেশ ৰচনাত শিক্ষকসকলৰ ভূমিকা অন্যতম| ইয়াৰ সমান্তৰালভাৱে আহি পৰে অভিভাৱকৰ দায়িত্বৰ কথা | বিদ্যালয়ৰ প্ৰতিটো সহ-বিদ্যায়তনিক কাৰ্যসূচীৰ লগত অভিভাৱকক জড়িত কৰোৱাব লাগে | বহু অভিভাৱক আছে -তেখেতসকল যথেষ্ট অভিজ্ঞতাৰে পুষ্ট | তেনেধৰনৰ সমাজৰ সম্পদ সদৃশ ব্যক্তিৰ স'তে সুম্পৰ্ক গঢ়ি বিদ্যালয়খনৰ উৎকৰ্ষ সাধনৰ ক্ষেত্রত দিহা-পৰামৰ্শ আৰু কাম-কাজ কৰাই লব পাৰি |
আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Showing posts with label 19. শিক্ষানুষ্ঠানৰ উ.শি. ভূ.. Show all posts
Showing posts with label 19. শিক্ষানুষ্ঠানৰ উ.শি. ভূ.. Show all posts
Tuesday, June 16, 2020
শিক্ষানুষ্ঠানৰ উত্তৰণত শিক্ষকৰ ভূমিকা
Labels:অসম, বানপানী, ব্ৰহ্মপুত্ৰ, পৰিৱেশ, সমাধান
19. শিক্ষানুষ্ঠানৰ উ.শি. ভূ.
Subscribe to:
Posts (Atom)
Featured post
অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।
অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা। অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত) অসম এখন বানপানী-প্ৰ...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...