Showing posts with label 80. জনহিতাৰ্থে কৰোঁ আহক. Show all posts
Showing posts with label 80. জনহিতাৰ্থে কৰোঁ আহক. Show all posts

Friday, April 2, 2021

জনহিতাৰ্থে কৰোঁ আহক !!!

জনহিতাৰ্থে কাম কৰোঁ আহক !!!

              



নগদ দি ভিক্ষা খোজা বন্ধ অভিযান -


এগৰাকী ভিক্ষাৰীক ভোজন+ পানী দিয়ক কিন্তু নগদ দি সাহায্য নকৰিব । 

মুম্বাই-পুণা আৰু সমগ্ৰ মহাৰাষ্ট্ৰত এক অন্য আন্দোলন আৰম্ভ হৈছে। এয়া যি কোনো ধৰণৰ ভিক্ষাৰীৰ বাবে প্ৰযোজ্য। 

যি কোনো ধৰণৰ ব্যক্তি (মহিলা / পুৰুষ/ বৃদ্ধ/বিকলাংগ/ কন কন লৰা ছোৱালী)য়ে যদি আপোনাৰ পৰা ভিক্ষা খোজে,আপুনি অৰ্থ সাহায্যৰ সলনি (ভোজন+ পানী)দিয়ক কিন্তু টকা পইচা দি সাহায্য নকৰিব।

এনে কৰিলে আন্তৰাষ্ট্ৰীয়/ৰাষ্ট্ৰীয়/ৰাজ্যস্তৰত ভিক্ষাৰীক লৈ যি ব্যবসায়ী আৰম্ভ হৈছে সেয়া বন্ধ কৰাত সহায় হব আৰু এনে কৰিলে সৰু সৰু লৰা ছোৱালীৰ অপহৰণ বন্ধ হৈ যাব আৰু এদিন এই দৰে জঘণ্য অপৰাধ বোৰো অন্ত হব । 

আহক সকলোৱে মিলি প্ৰতিজ্ঞাৱদ্ধ হঁও - 


" আমি কোনো ভিক্ষাৰীকে অৰ্থ দি সাহায্য নকৰো।"
আপুনি নিজৰ লগত দুটা বিস্কুট ৰ পেকেট ৰাখক তেনেধৰণৰ মানুহক লগ পালে সাহায্য দিবলৈ। 

 এনেধৰণৰ অভিযান ৰ সৈতে যদি আপুনি একমত , তেন্তে এই বাৰ্তা তিনিজনলৈ প্ৰেৰণ কৰক।এনে কৰিলে সৰু সৰু লৰা ছোৱালীক অপহৰণ কৰাৰ পৰা ৰক্ষা কৰিবলৈ সহায় হব।🙏













EnD.

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts