Showing posts with label 17. শোকাৱহ. Show all posts
Showing posts with label 17. শোকাৱহ. Show all posts

Friday, June 12, 2020

শোকাৱহ (চুটি গল্প)

                   শোকাৱহ

        বনজুই সদৃশ বিয়পি পৰিল কথাবোৰ। ঋষভে কস্মিন কালেও ভবা নাছিল যে ঘটনাটোৱে ইমান ডাঙৰ মূৰ ল'ব  । সিদিনা সি ডিভাইডাৰৰ কাষত থকা হেঁতেন কি হ'ল হেঁতেন বাৰু ! কথাটো ভাবিলে মূৰটো আচন্দ্ৰাই কৰে। কি ধৰণৰ আছিল বাৰু ঘটনাটো ।সি পুনৰবাৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
       অন্য দিনৰ দৰে সিদিনাও সি প্ৰাত: ভ্ৰমণৰ বাবে ওলাই গৈছিল বিটুৰ সৈতে। জিৰ' পইণ্টৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে গৈ আছিল সিঁহত। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ উপভোগ কৰি কৰি । অকস্মাতে আমাৰ বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে যেন উৰি আহিছিল এখন পালচাৰ । তীব্ৰ বেগেৰে ঘাই পথৰ ডিভাইডাৰত খুন্দা মাৰি তিনি চাৰি ফাৰ্লং দূৰত চিটিকি পৰিল আৰোহীৰ দেহ। তপত তেজেৰে ৰাঙলী হৈ পৰিল আৰোহীৰ দেহ । কোন আছিল বাৰু ল'ৰা জন । অম্লান।হয় অম্লানে হয় । খন্তেকতে এটা তেজাল ডেকাৰ প্ৰাণবায়ু উৰি গ'ল । 
        কথাটো বিয়পি পৰিল ফেচবুকৰ পাতে পাতে।
 তীব্ৰ বেগেৰে চলোৱা বাইকৰ দুৰ্ঘটনা ।        

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts