আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Tuesday, August 25, 2020
আমি অসহায়
Sunday, August 23, 2020
অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ অসম সাহিত্য সভাৰ অনবদ্য অৱদান
পাতনি :
উদ্দেশ্য :
অৱদানৰ সম্পৰ্কে :
সামৰণি:
Tuesday, August 18, 2020
প্ৰত্যাশা : এক নৱতম প্ৰভাত !
Sunday, August 16, 2020
মানুহৰ নেতা হোৱাৰ মানসিকতা | Tendency for Leadership.
'নেতা' মানে কি ?
নেতৃত্বৰ প্ৰকাৰ :
গণতান্ত্ৰিক নেতৃত্ব :
প্ৰাধিকাৰাত্মক নেতৃত্ব :
সহজাত প্ৰবৃত্তিৰ নেতৃত্ব বা কেৰিস্মেটিক নেতৃত্ব :
পৰিশেষত :
লেখনিটো পঢ়ি চোৱাৰ বাবে ধন্যবাদ জনালোঁ ।
Friday, August 14, 2020
প্ৰাথমিক চিকিৎসা | First Aid .
প্ৰাথমিক চিকিৎসা কি ?
বাকচত কি কি সৰঞ্জাম থকা দৰকাৰ:
বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা :
দাৰে কটা :
দাৰে কাটিলে কটা ঠাইডোখৰ প্ৰথমে পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব লাগে। তাৰপাছত কটা অংশত হাতৰ আঙুলিৰে হেঁচা মাৰি ৰাখিব লাগে যাতে আৰু তেজ ক্ষয় নহয়। পাৰিলে দেটল, কেৰচিন তেল বা জাপানী লতাৰ পাত বা গেন্ধেলা বনৰ পাত পিহি ৰস উলিয়ায় ক্ষতস্হানত দিলে তেজ ওলোৱা সহজে বন্ধ হয় । তাৰপাছত বেণ্ডজেৰে ক্ষতস্হানত বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে।
মূৰ ঘূৰোৱা :
জুইৰে পোৰা :
Wednesday, August 5, 2020
গণমাধ্যমৰ ব্যৱহাৰ
গণমাধ্যম কি ?
গণমাধ্যমৰ উদ্দেশ্য কি ?
শিক্ষাত গণমাধ্যমৰ প্ৰয়োজনীয়তা
কিছু ব্যাখ্যা
বিদ্যালয়ত গণমাধ্যমৰ ব্যৱহাৰ
ৰেডিঅ'(Radio)
বাতৰি কাকত (Newspaper)
শিশু আলোচনী ( child magazine)
সমাজত গণমাধ্যম
Saturday, August 1, 2020
ঐতিহাসিক পটভূমি 'ছৈখোৱা ঘাট ' | A heritage site
ঐতিহাসিক পটভূমি ' ছৈখোৱা ঘাট'
ছৈখোৱাৰ অৱস্থিতি
মাঁ কেঁচাইখাইটি গোঁসানী
পৌৰাণিক কাহিনী
কিছু ইতিহাস
সামৰণি
Featured post
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...