Sunday, May 30, 2021

জ্যোতিষ শাস্ত্ৰৰ কথা, বিশ্বাস কৰেনে ?

জ্যোতিষ শাস্ত্ৰৰ কথা👇👻

নিশা শুবলৈ লোৱাৰ আগতে এই মন্ৰটি আওৰাক,


চাব আপোনাৰ জীৱনলৈ পৰিৱৰ্তন নামি আহিছে।


 

    আপোনালোক সকলোৱে বিদিত যে শাস্ত্ৰৰ 


শ্লোকৰ মাজত লুকাই আছে অপৰিসীম শক্তি। 


শাস্ত্ৰৰ যি শ্লোকেই নহওঁক কিয় ইয়াৰ মাজত এক 


ঐশ্বৰিক শক্তি আছে। শাস্ত্ৰত সেয়েহে উল্লেখ 


কৰিছে যে দিনত অন্তত এবাৰ হ'লেও যিকোনো 


এটা শ্লোক পাঠ কৰা উচিত। এই শ্লোক পাঠ 


কৰিলে জীৱনত বহু দিশত পৰিৱৰ্তন আহে। যি 


পৰিৱৰ্তনে জীৱনৰ মাদকতা প্ৰদানত একপ্ৰকাৰ 


সহায় কৰে। শ্লোকসমূহ পাঠ কৰাৰ ফলত মানুহৰ 


মনত উদয় হোৱা পাপ মোচন হয় আৰু পুণ্যৰ ভাৱ 


জাগ্ৰত হয় বুলি বিশ্বাস কৰা কৰা হয়।

 


    বৰ্তমান অতি ব্যস্ততাপূৰ্ণ সময়ত মানুহৰ এনে 


শ্লোক পঢ়াৰ ধাউতি বা অৱকাশ নিশ্চয় নাই। 


তথাপি সাধ্য অনুসৰি দিনটোত যিকোনো এটা 


শ্লোক পাঠ কৰিলে অদৃশ্য জনৰ আৰ্শীবাদ লাভ 


কৰিব পৰা যায় বুলি ধাৰণা কৰা হয়।

   

‘ওঁ শয়নে শ্রী পদ্মনাভায় নম’


  এই শ্লোক ফাঁকি প্ৰতিদিনে এবাৰকৈ শুবলৈ 


যোৱাৰ আগতে আওৰাব লাগে। তেতিয়া পাপ 


মোচন হয় আৰু জীৱনৰ আকাংক্ষিত বস্তু লাভ হয় বুলি বিশ্বাস কৰা হয়।


❤👲অশেষ ধন্যবাদ জনালো পঢ়িচোৱাৰ বাবে।❤👲

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts